মতামতৰ খা-খবৰৰ ব্যৱস্থা ৰায়্সমূহৰ তথ্য ব্যৱস্থাত বিভিন্ন মোকর্দ্দমাৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ৰ মতামত বিলাক আৰু বিভিন্ন উচ্চ ন্যায়ালয়ৰ মতামত বিলাক দেখা যায়। উচ্চতম ন্যায়ালয়ৰ মোকর্দ্দমাৰ ক্ষেত্রত মতামত বিলাক সেৱাকেন্দ্ৰ অভিকৰণ জার্নালত প্রকাশিত হৈছে আছে এই ব্যৱস্থা আৰম্ভ হোৱাৰ সময়ৰ পৰাই অর্থাৎ ১৯৫০ পৰাই এই মতামত বিলাক পোৱা যায়। মোকর্দ্দমাৰ অৱস্থান মোকর্দ্দমাৰ অৱস্থানৰ চাইটখনত সর্বশেষ মোকর্দ্দমাৰ বিষয়ে সেইয়া বাকী থকা মকর্দ্দমাই হওক বা শেষ হৈ যোৱা মোকর্দ্দমাই হওক বা দেশৰ আন যিকোনো উচ্চ ন্যায়ালয়ৰ মোকর্দ্দমাৰ অৱস্থানৰ বিষয়ে জনা যায়। ইয়াত প্রতিদিনৰ আদেশ বিলাক পোৱা যায়। মোকর্দ্দমাক পুনৰায় আৰম্ভ কৰা যায় তলত দিয়া উপায়ে: মোকর্দ্দমাৰ নং শিৰোনাম (আবেদনকাৰী/প্রতিবাদীৰ নাম) অধিবক্তাৰ নাম নিন্ম আদালতৰ বিষয়ে বিতংকৈ বিষয়ৰ তালিকাঃ ভাৰতৰ উচ্চতম ন্যায়ালয় বিষয়ৰ তালিকা বিলাকত নির্দিষ্ট দিনত সেই মোকর্দ্দমা বিলাকৰ মতামতৰ বাবে ধার্য কৰা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু আন আন উচ্চ ন্যায়ালয় বিলাকৰ আৰু উত্তৰাধিকাৰ বেঞ্চে উপস্থাপন কৰা প্রতিদিনৰ আৰু সাপ্তাহিক বিষয় তালিকা বিলাক। বিষয়ৰ তালিকা: গুৱাহাটী এই পৰিসেৱাৰ বিষয়বস্তু: অধিবক্তাই তেওঁলোকৰ নিজা বিষয়ৰ তালিকা তৈয়াৰ কৰি ল'ব পাৰে য’ত তেওঁৰ/তাইৰ নিজা মোকর্দ্দমা বিলাক থাকে। আবেদনকাৰী বা প্রতিবাদীপক্ষৰ নামৰ মাধ্যমে মোকর্দ্দমা বিলাক আকৌ আৰম্ভ কৰা সম্ভৱ। আদালত অনুসৰি তালিকা তৈয়াৰ কৰা যায়। মতামত অনুযায়ী তালিকা তৈয়াৰ কৰা সম্ভৱ। প্রয়োজন মতে বিষয়ৰ তালিকাখন সম্পূর্ণকৈ ছপাই ল'ব পাৰি। মোকর্দ্দমা অনুযায়ী তালিকা তৈয়াৰ কৰা সম্ভৱ। উৎস: আইএনডিজি দল।