আপোনাৰ নিজৰ ভাষাত কম্পিউটাৰ ব্যৱহাৰ কৰক ভাৰতীয় ভাষা প্ৰযুক্তি বিকাশ ত পঞ্জীয়ন কৰি চিডিখনৰ বাবে অনুৰোধ কৰক বা ডাউনলোড কৰক অসমীয়া, বাংলা, বড়ো, ডোগ্ৰী, গুজৰাট, হিন্দী, কানাড়া, কাশ্মিৰী, কোংকনী, মৈথিলী, মনিপুৰী, মালায়ালম, মাৰাঠী, নেপালী, উৰিষ্যা, পাঞ্জাৱী, সংস্কৃত, সান্থালী, সিন্ধি, তামিল, তেলেগু, উৰ্দু। আপোনাৰ নিজৰ ভাষাত ম’বাইল ব্যৱহাৰ কৰক। ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰ ত চাওক। এনৰয়ড আধাৰিত: ভাষাৰ কীবোৰ্ড। এছ এম এছ পঢ়োতা। এছ এম এছ অনুবাদ। আপোনাৰ নিজৰ ভাষাত প্ৰযুক্তি উন্নত কৰক ভাৰতীয় ভাষা প্ৰযুক্তিৰ প্ৰসাৰণ আৰু বিকাশ কেন্দ্ৰ আৰু ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰ চাওক ছকাল ভাৰতী ফন্ট স্ক্ৰীন পঢ়োতা। অপ্টিকেল আখৰ স্বীকৃতিপ্ৰাপ্ত (অ চি আৰ) লিপিৰ পৰা ধ্বনিলৈ মাচুল বিহীন সহায়ক নম্বৰ ১৮০০-২০৯-১০১৫ ৱেবছাইট: ভাৰতীয় ভাষা প্ৰযুক্তি বিকাশ উৎস: ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ, ভাৰত চৰকাৰ