বিভিন্ন অনলাইন শৈক্ষিক সেৱা কি : শিক্ষাৰ্থীৰ বা সাধাৰন নাগৰিকক প্ৰয়োজনীয় হোৱা বিভিন্ন অনলাইন শৈক্ষিক সেৱা ৰাজ্যৰ বিভিন্ন অৰুনোদয় কেন্দ্ৰৰ সহযোগত শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰে।এই অনলাইন শৈক্ষিক সেৱাৰ ভিতৰত যেনে,বিভিন্ন শিক্ষানুষ্ঠানৰ তথ্য বা জলপানি আদিৰ বিষয়কে ধৰি বিভিন্ন শৈক্ষিক সমন্ধীয় তথ্য এই অনলাইন শৈক্ষিক সেৱাৰ পৰা লাভ কৰিব পাৰে। কি কি ধৰনৰ অনলাইন শৈক্ষিক সেৱা শিক্ষাৰ্থী বা নাগৰিকে লাভ কৰিব? নিম্ন উল্লেখিত শৈক্ষিক সেৱাসমূহ অনলাইনযোগে লাভ কৰিব পাৰিব: ৰাষ্ট্ৰীয় কেৰিয়াৰমূলক সেৱা পৰ্টেল: ইয়াত উপলদ্ধ সেৱসমূহ হল: চাকৰী প্ৰত্যাশী প্ৰাৰ্থীয়ে অনলাইন নিজৰ নাম পঞ্জিয়ন কৰিব পাৰিব। কেৰিয়াৰ বিষয় সমন্ধীয়ত সহায়তা লাভ। যিকোনো চাকৰী বা প্ৰশিক্ষনৰ বাবে আৱেদন কৰিব পাৰিব। অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক: ক্লিক কৰক ৰাষ্ট্ৰীয় জলপানী পৰ্টেল: ইয়াত উপলদ্ধ সেৱাসমূহ হল: ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। জলপানী আৱেদন পত্ৰ অনলাইন দাখিল কৰিব পাৰিব। আৱেদনৰ শেহতীয়া অৱস্থানৰ বিষয়ে জানিব পাৰিব। অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক: ক্লিক কৰক বিভিন্ন পৰীক্ষাৰ ফলাফলৰ পৰ্টেল: ইয়াত উপলদ্ধ সেৱাসমূহ হল: দশম শ্ৰেনী তথা দ্বাদশ শ্ৰেনীকে ধৰী বিভিন্ন পৰীক্ষাৰ ফলাফল লাভ কৰিব। বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব। ৰাজ্যৰ মাধ্যমিক বোৰ্ড,বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব। অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক: ক্লিক কৰক নিয়োগ খবৰ সংবাদ: ইয়াত উপলদ্ধ সেৱাসমূহ হল: দেশৰ অসামৰিক সেৱাৰ নিয়োগ বাতৰি লাভ। SSC,ভাৰতীয় আৰ্মী,ভাৰতীয় বায়ু সেনাৰ বিভিন্ন নিয়োগ বা-বাতৰি লাভ কৰিব। ৰাজ্যৰ অসামৰিক সেৱা তথা বিভিন্ন বিভাগৰ নিয়োগ বাতৰি। ৰাজ্যৰ নিয়োগ আৰু প্ৰশিক্ষন বিভাগৰ বিভিন্ন বাতৰি লাভ কৰিব। অধিক জানিবৰ বাবে ইয়াত ক্লিক কৰক: ক্লিক কৰক উৎস: :www.employmentnews.gov.in :www.reuslt.nic.in : www.ncs.gov.in