উপলব্ধ সেৱা বাহাল থকা ধনৰ পৰিমাণৰ অনুসন্ধান মিনি ষ্টেটমেণ্ট (শেষৰ 3 টা লেনদেনৰ) চেক বুক অনুৰোধ বেংক ষ্টেটমেণ্ট আপুনি এবাৰ পঞ্জীয়ন কৰাৰ পিছ্ত, লেনদেন আগবঢ়াই নিবলৈ (যেনে, আপোনাৰ একাউণ্টত বাহাল থকা ধন পৰীক্ষা কৰিবলৈ) আপুনি মাত্ৰ এটা এচএমএচ প্ৰেৰণ কৰিলেই হ’ব: সেৱাসমূহ এচএমএচ সজ্জা 9987123123 লৈ এটা এচএমএচ প্ৰেৰণ কৰক একাউণ্টত বাহাল থকা ধনৰ অনুসন্ধান BAL A1 মিনি ষ্টেটমেণ্ট (শেষৰ তিনিটা লেনদেন) TXN A1 চেক বুকৰ অনুৰোধ CBR A1 বেংক ষ্টেটমেণ্টৰ অনুৰোধ STR A1 কীৱৰ্ডৰ তালিকা HELP A1 ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ ম’বাইল বেংকিং সেৱা উৎস: আইএনডিজি দল।