উপলব্ধ সেৱাসমূহ আগতীয়া লেনদেনৰ সবিশেষ একাউণ্টত থকা ধনৰ পৰিমাণ একাউণ্টৰ মিনি ষ্টেটমেণ্ট সেৱাসমূহ গ্ৰহণৰ পদ্ধতি স্তৰ-1: "আবেদন প্ৰ-পত্ৰ" পূৰণ কৰক আৰু আপোনাৰ মূল শাখাত জমা দিয়ক৷ আবেদন প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ তলৰ লিংকত ক্লিক কৰক৷ ইন্টাৰনেট বেংকিং ব্যৱহাৰ কৰি থকা সকলৰ কাৰণে নতুন ব্যৱহাৰকাৰীৰ কাৰণে স্তৰ-2: যদি আপুনি এজন নতুন ব্যৱহাৰকাৰী, তেন্তে আপোনাৰ ব্যৱহাৰকাৰীৰ আইডি আৰু পাছৱৰ্ড পোনপটীয়াকৈ ডাক/কুৰিয়াৰ যোগে লাভ কৰিব৷ স্তৰ-3: ব্যৱহাৰকাৰীৰ আইডি আৰু পাছৱৰ্ড পোৱাৰ পিচত, এচএমএচ পাছৱৰ্ড স্থাপন কৰিবলৈ "বেংক অব ইণ্ডিয়া ত লগ অন কৰক৷ স্তৰ-4: এচএমএচ পাছৱৰ্ড স্থাপন কৰাৰ পিচত আপুনি আপোনাৰ ম’বাইলত বেংকিং সেৱা ব্যৱহাৰ কৰিব পাৰিব৷ বেংক অব ইণ্ডিয়াৰ ম’বাইল বেংকিং উৎস: আইএনডিজি দল।