উপলব্ধ সেৱাসমূহ বাহাল থকা ধনৰ পৰিমাণ অনুসন্ধান মিনি বেংক ষ্টেটমেণ্ট ধন স্থানান্তৰ ব্যৱহাৰ কৰা সেৱাসমূহৰ বাবদ দেয় ধন চিনেমাৰ টিকেট বুকিং ’বাইল ৰিচাৰ্জ মাচুল আদায় (পৰব্ৰ্তী পৰ্য্যায়) এটিএম আৰু শাখাৰ অৱস্থান ইছ্যু কৰা চেকৰ ধন আদায় স্তব্ধ কৰিবলৈ, নতুন চেক বুক ইছ্যু ইত্যাদি৷ বিজয়া বেংকৰ ম’বাইল বেংকিং সেৱাৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ হ’ল গ্ৰাহকৰ এটিএম/ডেবিট কাৰ্ডৰ সৈতে চেভিংচ/কাৰেণ্ট বেংক একাউণ্ট থাকিব লাগিব ম’বাইল ফোন জাভা সক্ষম হ’ব লাগিব আৰু তলত উল্লেখিত বৈশিষ্ট্যসমূহৰ অতি কমেও এটা থাকিব লাগিব: জিপিআৰএচ (জেনেৰেল পকেট ৰেডিঅ’ চাৰ্ভিচ) সক্ষম ব্লুটুথ ডাটা কেবোলৰ যোগেদি ডাটা স্থানান্তৰ কৰিব পৰা ব্যৱস্থা থাকিব লাগিব এটিএমত পঞ্জীয়ন পদ্ধতি এটিএম মেচিনত আপোনাৰ এটিএম কাৰ্ড আৰু আপোনাৰ পিন নম্বৰ প্ৰবিষ্ট কৰক এটিএম মেনুত Mobile Banking Registration বাচনি কৰক আপোনাৰ 10 টা সংখ্যাৰ ম’বাইল নম্বৰ প্ৰবিষ্ট কৰক আৰু ম’বাইল নম্বৰৰ নিশ্চয়তাৰ কাৰণে confirm বুটাম বাচনি কৰি পুনঃ প্ৰবিষ্ট কৰক আপোনাৰ ম’বাইল নম্বৰ পুনঃপ্ৰবিষ্ট কৰক আৰু নিশ্চিত হওক আপোনাৰ একাউণ্টৰ প্ৰকাৰ বাচনি কৰক current অথবা savings বৈধতা প্ৰাপ্তিৰ পিছত, এটিএমে এটা মেচেজ প্ৰদৰ্শন কৰিব:“Your Mobile Number Registered successfully” আৰু এইটো ছপা কৰিব৷ যদি গ্ৰাহকৰ সবিশেষ বিবৰণ বৈধতা প্ৰাপ্তি নহয়, তেতিয়া এটিএমে “Registration Failure” প্ৰদৰ্শন কৰিব সফল পঞ্জীয়নৰ পিছত, গ্ৰাহকে বেংকৰ সংযোগিত ম’বাইল আবেদন যুক্ত লিংকৰ দ্বাৰা আবেদন পত্ৰ ডাউনলোড কৰিবলৈ তেওঁৰ ম’বাইলত এচএমএচ (চাৰ্ভিচ এচএমএচ) আৰু দুটা পাছৱৰ্ড লাভ কৰিব (i) (i)আবেদনৰ পাছৱৰ্ড (ii) (i)সক্ৰিয়কৰণ ক’ড/এমপিআইএন আপুনি লাভ কৰা ইউআৰএলৰ পৰা ম’বাইল বেংকিং আবেদন ডাউনলোড কৰিব পাৰে অথবা আপোনাৰ ম’বাইলত আবেদন ডাউনলোড কৰিবলৈ কাষৰ শাখাৰ লগত যোগাযোগ কৰক বিজয়া বেংকৰ ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক উৎস: আইএনডিজি দল।