ম’বাইলত বেংকিং ফেডাৰেল বেংকে যিসকল গ্ৰাহকে তেওঁলোকৰ ম’বাইল নম্বৰ বেংকৰ সৈতে পঞ্জীয়ন কৰি ৰাখে,সেইসকল গ্ৰাহকলৈ ম’বাইল বেংকিং সেৱা আগবঢ়ায়৷ ম’বাইল বেংকিং এচবি, এচবিএনআৰই,এচবিঅ’এনআৰ,চিএ আৰু অ’ডিচিচি একাউণ্টৰ গ্ৰাহক সকললৈ ম’বাইল বেংকিং সেৱা উপলব্ধ৷ উপলব্ধ সেৱাসমূহ একাউণ্টত বাহাল থকা ধনৰ অনুসন্ধান মিনি ষ্টেটমেণ্ট একাউণ্ট ষ্টেটমেণ্টৰ অনুৰোধ চেক বুকৰ অনুৰোধ ম’বাইল বেংকিং পদ্ধতি ব্যৱহাৰ কৰাৰ পদ্ধতি সেৱাসমূহ এচএমএচৰ গঠন 9895088888 লৈ এচএমএচ প্ৰেৰণ কৰক 9895088888 লৈ এচএমএচ প্ৰেৰণ কৰক একাউণ্টত বহাল থকা ধনৰ অনুসন্ধান BAL <4 টা সংখ্যাৰ বিচৰণ ক’ড> টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপুনি আপোনাৰ একাউণ্টৰ সবিশেষ লাভ কৰিব৷ একাউণ্টৰ লেনদেন TXN <4 টা সংখ্যাৰ বিচৰণ ক’ড > টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপুনি আপোনাৰ একাউণ্টৰ পৰা ডেবিট/ক্ৰেডিট হোৱা ধনৰ পৰিমানৰ ওপৰত এটা সংবাদ লাভ কৰিব আৰু আপোনাৰ একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ হ’ল... বিচৰণ ক’ড পৰিবৰ্তন PIN <4 টা সংখ্যাৰ বিচৰণ ক’ড > খালী ঠাই <4 টা সংখ্যাৰ নতুন বিচৰণ ক’ড > টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপুনি সংবাদ লাভ কৰিব, আপোনাৰ পিন পৰিবৰ্তন ক’ৰা হ’ল৷ মিনি ষ্টেটমেণ্ট TXN <4 টা সংখ্যাৰ বিচৰণ ক’ড > টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক আপুনি শেষৰ 5 টা লেনদেনৰ সবিশেষ লাভ কৰিব৷ গ্ৰাহকে বেংকৰ পৰাও তেওঁলোকৰ একাউণ্টত এই এচএমএচ সংকেত লাভ কৰিব ফেডাৰেল বেংকৰ ম’বাইল বেংকিং সেৱাৰ বিষয়ে অধিক জানিবৰ কাৰণে ইয়াত ক্লিক কৰক উৎস: আইএনডিজি দল।