পাঞ্জাব নেশ্যনেল বেংকে ম’বাইলত এই সেৱাসমূহ আগবঢ়াইছে একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ পৰীক্ষা কৰিবলৈ মিনি একাউণ্ট ষ্টেটমেণ্টৰ কাৰণে অনুৰোধ প্ৰেৰণ অনলাইন মিনি ষ্টেটমেণ্ট লাভ কৰিবলৈ তৃতীয় পক্ষলৈ পূঁজিৰ স্থানান্তৰকৰণ তৃতীয় পক্ষলৈ পূঁজিৰ স্থানান্তৰকৰণ চেক বুকৰ কাৰণে অনুৰোধ প্ৰেৰণ কৰিবলৈ ইছ্যু কৰা চেকৰ অৱস্থা পৰীক্ষা কৰিবলৈ ম’বাইল বেংকিং সেৱাৰ কাৰণে প্ৰয়োজনীয়তা হেণ্ডচেট জিপিআৰএচ সক্ষম হোৱা উচিত জিপিআৰএচ সংযোগ সেৱা আগবঢ়োৱা সকলৰ পৰা সক্ষম হ'ব লাগিব যাৰ সংযোগ গ্ৰাহকে ব্যৱহাৰ কৰি আছে জিপিআৰঅচ সক্ষম কৰিবলৈ গ্ৰাহকে সেৱা আগবঢ়াওতাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নম্বৰত যোগাযোগ স্থাপন কৰা প্ৰয়োজন হ’ব আৰু জিপিআৰএচ সক্ষম কৰিব লাগিব জিপিআৰএচ সক্ষম হ’ল নে নাই তাক পৰীক্ষা কৰিবলৈ, ম’বাইল ব্ৰাউজাৰৰ যোগেদি যিকোনো এটা ৱেব চাইট খুলিবলৈ যত্ন কৰি চাওঁক যেনে.(www.google.com) ম’বাইল বেংকিং সেৱাসমূহৰ পঞ্জীয়ন পদ্ধতি ম’বাইল বেংকিং সেৱাসমূহৰ পঞ্জীয়ন পদ্ধতি ৰয়োজনীয় নথি-পত্ৰ সহ পূৰণ কৰা আবেদন পত্ৰ আপোনাৰ মূল শাখাত জমা দিয়ক৷ পিএনবিৰ ম’বাইল বেংকিং সেৱা ব্যৱহাৰকাৰীৰ নীতি-নিয়ম অধ্যয়ন কৰিবলৈ ইয়াত ক্লিক কৰক উৎস: আইএনডিজি দল।