উপলব্ধ সেৱাসমূহ নিম্নলিখিত কাৰ্য্যসমূহত এচএমএচ সংকেত যেতিয়া একাউণ্টৰ ক্ৰেডিট/ডেবিটৰ পৰিমান 5000/- টকা অথবা তাতোকৈ অধিক হয় যেতিয়া গ্ৰাহকৰ দ্বাৰা ইছ্যু কৰা চেক পুঁজি বিচৰাৰ কাৰণে অগ্ৰাহ্য কৰা হয় আৰু যেতিয়া একাউণ্টত থাকিবলগীয়া নুন্যতম ধনৰ পৰিমাণ সীমাৰ তললৈ অবনমিত হয় ফিক্সড ডিপজিটৰ টকা সম্পূৰ্ণ হোৱাৰ 7 দিনৰ আগত এই সুবিধা লাভ কৰিবলৈ আগ্ৰহী গ্ৰাহকসকলে তেওঁলোকৰ সঞ্চয় বেংক একাউণ্ট নম্বৰ/ আৰু 10 সংখ্যাৰ ম’বাইল নম্বৰ মূল বেংকত 91 ৰ সৈতে স্থাপন কৰিব পাৰে৷ উৎস: আইএনডিজি দল।