এলাহাবাদ বেংকে নিম্নলিখিত বেংকিং সেৱাসমূহ ম’বাইল এচএমএচৰ দ্বাৰা গ্ৰাহকলৈ আগবঢ়ায়৷ একাউণ্টত উপলব্ধ থকা টকাৰ পৰিমাণ অনুসন্ধান কৰিবলৈ মিনি বেংক ষ্টেটমেণ্ট লাভ কৰিবলৈ(শেষৰ 5 টা লেনদেন)) চেক বুকৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ ইচ্ছ্যু কৰা চেকৰ বিনিময়ত টকা আদায় নিদিবলৈ অনুৰোধ প্ৰেৰণ চেক মুকলি হোৱাৰ অৱস্থা জানিবলৈ ফিক্সড ডিপজিটৰ বিষয়ে জানিবলৈ ম’বাইল বেংকিং সেৱাসমূহৰ কাৰণে প্ৰয়োজনীয় যোগ্যতা এলাহাবাদ বেংকৰ একাউণ্ট হল্ডাৰ যি একাউণ্ট হল্ডাৰৰ ম’বাইল হেণ্ডচেট GPRS সক্ৰিয় হৈ আছে৷ যি একাউণ্ট হল্ডাৰে ম’বাইল বেংকিংৰ কাৰণে বেংকৰ পৰা ব্যৱহাৰকাৰীৰ আইডি আৰু পাছৱৰ্ড পাইছে৷ যি ব্যক্তিৰ ইতিমধ্যে ইনটাৰনেট বেংকিং ব্যৱহাৰৰ আইডি আৰু পাছৱৰ্ড আছে, তেতিয়া সেইটোৱে ম’বাইল বেংকিংৰ কাৰণে বৈধ হ’ব৷ পঞ্জীয়নৰ পদ্ধতি আপোনাৰ মূল শাখাত নিৰ্ধাৰিত ফৰ্মত ম’বাইল বেংকিংৰ কাৰণে আবেদন জনাওঁক৷ পঞ্জীয়নৰ কাৰণে আপোনাৰ ম’বাইল নম্বৰ বেংকক জানিবলৈ দিয়ক৷ বেংকে আপোনাক এমপিআইএন ইচ্ছ্যু কৰিব (ম’বাইল পাৰচনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ(এমপিআইএন) এমপিআইএন লাভ কৰাৰ পিচত, বেংকক প্ৰাপ্তি স্বীকাৰ কৰক যাতে আপোনাৰ ম’বাইল বেংকিং সেৱা সক্ৰিয় কৰিব পৰা যায়৷ সক্ৰিয়কৰণৰ পিছ্ত আপুনি আপোনাৰ ম’বাইল ফোনত আপোনাৰ একাউণ্ট বিচৰণ কৰিব পাৰে৷ যদি আপোনাৰ এলাহাবাদ বেংক ইনটাৰনেট বেংকিং সুবিধা আছে, তেন্তে আপুনি এচএমএচ বেংকিংৰ কাৰণে অনলাইন অনুৰোধ জ্ঞাপন কৰিব পাৰে৷ ম'বাইল হেণ্ডচেটত বেংকিং সেৱা ব্যৱহাৰ কৰাৰ আগতে অনুগ্ৰহ কৰি বেংকৰ পৰা গ্ৰহণ কৰা অথবা তলৰ ৱেৱত উপলব্ধ হোৱা নিৰ্দেশাৱলী অনুসৰণ কৰক: এলাহাবাদ বেংক উৎস: আইএনডিজি দল।