উপলব্ধ সেৱাসমূহ বাহাল থকা ধনৰ পৰিমাণৰ অনুসন্ধান শেষৰ 5 টা লেনদেনএঅ অনুসন্ধান ফেক্স/ই-মেইলৰ দ্বাৰা মিনি ষ্টেটমেণ্ বেংকৰ প্ৰডাক্ট সম্বন্ধীয় তথ্য সংযোগীত একাউণ্টৰ মাজত পূঁজি স্থানান্তৰ t পিন সলনি পঞ্জীয়ন পদ্ধতি গ্ৰাহকে টেলি বেংকিং সুবিধা গ্ৰহণত আগ্ৰহ প্ৰকাশ কৰিলে, এখন আবেদন পত্ৰ পূৰণ কৰি সেইখন নিজৰ একাউণ্ট থকা শাখাত জমা দিব লাগিব৷ গ্ৰাহকে 033-22428940 ডায়েল কৰি স্বয়ংক্ৰীয়ভাৱে উত্পন্ন হোৱা পিন লাভ কৰিব৷ আবেদন পত্ৰ জমা দিয়াৰ 24 ঘণ্টাৰ পিছত দিনটোৰ কাৰ্য্যকৰী সময় ৰাতিপুৱা 10 বজাৰ পৰা সন্ধ্যা 6 বজালৈকে পিন উত্পন্ন কৰিব পাৰিব৷ ইউনাইটেড বেংক অব ইণ্ডিয়া উৎস: আইএনডিজি দল।