নিম্নোল্লেখিত সেৱাসমূহৰ কাৰণে আইডিবিআই ম’বাইল বেংকিং উপলব্ধিত বাহাল থকা ধনৰ পৰিমাণ অনুসন্ধান শেষত 3 টা লেনদেন চেকৰ ধন আদায়ৰ অৱস্থা চেক বুকৰ কাৰণে অনুৰোধ ষ্টেটমেণ্টৰ অনুৰোধ ডিমেট – ফ্ৰী বেলেন্স হল্ডিং ডিমেট – শেষৰ 2 টা লেনদেন আগবঢ়োৱা সেৱাৰ বাবদ আদায় দিব লগীয়া ধনৰ পৰিমাণ সেৱাসমূহ এচএমএচৰ সজ্জা 9820346920 অথবা 9821043718 লৈ এটা এচএমএচ প্ৰেৰণ কৰক বাহাল থকা ধনৰ পৰিমান অনুসন্ধান BAL <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক ফিক্স ডিপজিটৰ অনুসন্ধান FD <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক শেষৰ তিনিটা লেনদেন TXN <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক চেকৰ ধন আদায়ৰ অৱস্থা CPS <খালী ঠাই> গ্ৰাহকৰ আইডি পিন<খালী ঠাই> একাউণ্ট নম্বৰ চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰ চেক বুকৰ অনুৰোধ CBR <খালী ঠাই> গ্ৰাহকৰ আইডি পিন <খালী ঠাই> চেক পাতৰ সংখ্যা <খালী ঠাই> ব্যক্তিৰ দ্বাৰা হ’লে P অথবা মেইলৰ দ্বাৰা চেক বুক যোগান ধৰিবলৈ হ’লে M <খালী ঠাই> একাউণ্ট নম্বৰ টাইপ কৰক পিন পৰিবৰ্তন CPN <খালী ঠাই> গ্ৰাহকৰ আইডি <খালী ঠাই> পুৰণা পিন <খালী ঠাই> নতুন পিন প্ৰাইমেৰী একাউণ্টৰ পৰিবৰ্তন CPA <খালী ঠাই> গ্ৰাহকৰ আইডি পিন <খালী ঠাই> একাউণ্ট নম্বৰ টাওপ কৰক পঞ্জীয়ন পদ্ধতি চেনেল ৰেজিষ্ট্ৰেচন ফৰ্ম পূৰ কৰক (শাখা কাৰ্য্যালয় আৰু এটিএমত উপলব্ধ) আৰু সেইয়া আপোনাৰ নিচেই কাষৰ শাখাটোৰ ৰিলেশ্যনশ্বীপ মেনেজাৰলৈ আগবঢ়াওক অথবা ড্ৰপ বাকচত থৈ আহঁক৷ চেনেল ৰেজিষ্ট্ৰেচন ফৰ্ম ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক উৎস: আইএনডিজি দল।