উপলব্ধ সেৱাসমূহ আইচিআইচিআই বেংক আৰু অন্য বেংকলৈ পূঁজি স্থানান্তৰকৰণ৷ আপোনাৰ একাউণ্টত বাহাল থকা ধনৰ পৰিমাণ অনুসন্ধান আপোনাৰ একাউণ্টৰ শেষৰ 3 টা লেনদেন চেকৰ অৱস্থা জানিবলৈ চেকৰ ধন মুকলিকৰণ স্তব্ধ কৰিবলৈ চেকবুকৰ অনুৰোধ কৰিবলৈ আগবঢ়োৱা সেৱাৰ বাবদ আদায় দিব লগীয়া ধনৰ পৰিমাণ সংকেতৰ সুবিধা আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সংকেত সেৱাৰ অধীনত, আপুনি সূত্ৰপাত কৰিব বিচৰা ঘটনাসমূহৰ সংকেটৰ গ্ৰাহকভূক্তি লাভ কৰিব পাৰিব৷ আপুনি নিম্নোল্লেখিত ঘটনা সমূহৰ এচএমএচ সংকেত লাভৰ কাৰণে গ্ৰাহকভূক্ত হ’ব পাৰে : দৰমহা জমা একাউণ্টৰ পৰা ওলাই যোৱা ধন একাউণ্টত জমা হোৱা ধন চেক ঘূৰি অহা যেতিয়া আপোনাৰ জমা টকা এটা সীমা চেৰাই যায় যেতিয়া আপোনাৰ জমা টকা এটা সীমাৰ তললৈ অৱনমিত হয় সেৱাসমূহ প্ৰাইমেৰী একাউণ্ট নম্বৰৰ কাৰণে এচএমএচৰ সজ্জা 5676766 অথবা 9837142424 লৈ এটা এচএমএচ প্ৰেৰণ কৰক অ-প্ৰাইমেৰী একাউণ্ট নম্বৰৰ কাৰণে এচএমএচৰ সজ্জা 5676766 অথবা 9837142424 লৈ এটা এচএমএচ প্ৰেৰণ কৰক বাহাল থকা ধনৰ পৰিমান অনুসন্ধান IBAL টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ IBAL <খালী ঠাই> একাউণ্টৰ শেষৰ 6 টা সংখ্যা৷ শেষৰ তিনিটা লেনদেন ITRAN টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ ITRAN <খালী ঠাই> একাউণ্টৰ শেষৰ 6 টা সংখ্যা৷ চেকৰ অৱস্থাৰ অনুসন্ধান ICSI <খালী ঠাই> চেক নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ ICSI <খালী ঠাই> চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷ চেক মুকলিকৰণ স্তব্ধ কৰিবলৈ ISCR <খালী ঠাই> চেক নম্বৰ টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ ISCR <খালী ঠাই> চেক নম্বৰ <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷ চেক বুকৰ অনুৰোধ ICBR টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক ICBR <খালী ঠাই> একাউণ্ট নম্বৰৰ শেষৰ 6 টা সংখ্যা৷ এটিএমৰ অৱস্থান জানিবলৈ ATM <খালী ঠাই> পিন ক’ড টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ শাখাৰ অৱস্থান জানিবলৈ Branch <খালী ঠাই> পিন ক’ড টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ ক্ৰেডিট কাৰ্ডৰ জমা ধনৰ অনুসন্ধান IBALCC <খালী ঠাই> ক্ৰেডিট কাৰ্ডৰ শেষৰ 6 টা সংখ্যা টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ প্ৰাইমেৰী একাউণ্ট পৰিবৰ্তন কৰিবলৈ ICPA <খালী ঠাই> নতুন একাউণ্টৰ শেষৰ 6 টা সংখ্যা টাইপ কৰক আৰু এটা এচএমএচ প্ৰেৰণ কৰক৷ আইচিআইচিআই বেংকৰ ম’বাইল বেংকিং সেৱা আইচিআইচিআই বেংকৰ গ্ৰাহক সেৱা উৎস: আইএনডিজি দল।