জিলা মুখ্যকাৰ্যালয় = গোৱালপাৰা জিলা স্থাপিত বছৰ: ১৯৮৩, মাটিকালি : ১৯১১বৰ্গ কিলোমিটাৰ বনাঞ্চলৰ মাটিকালি -৩৬,৯১৫২৭ হেক্তৰ খেতিপথাৰৰ মাটিকালী -১০,২০০ হেক্তৰ ভাষা সমূহ: অসমীয়া,বড়ো,গাৰো,ৰাভা,বেঙ্গলী আৰু নেপালী ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি: বিধানসভা আৰু লোকসভা সমষ্টি: জিলাখনত মুঠ ৪ টা বিধান সভাৰ সমষ্টি আছে- ৩৬ নং দুধনৈ সমষ্টি, ৩৭ নং গোৱালপাৰা পূব সমষ্টি, ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টি আৰু ৩৯ নং জলেশ্বৰ সমষ্টি। দুধনৈ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। দুধনৈ সমষ্টি গুৱাহাটী লোকসভাৰ আৰু আন ৩ টা ধুবৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। ৰাজহ চক্ৰ ৫টা লক্ষীপুৰ, বালিজানা, মাটিয়া, দুধনৈ আৰু ৰংজুলি উন্নয়ন খণ্ড ৮ টা মাটিয়া, লক্ষীপুৰ, জলেশ্বৰ, বালিজানা, কৃষ্ণাই, কোচধোৱা, ৰংজুলি আৰু খাৰমোজা পৌৰ নগৰ ২ খন গোৱালপাৰা আৰু লক্ষীপুৰ জিলাখনৰ গাঁও পঞ্চায়ত ৮১ খন পৰিষদ:৮১ জন গাঁও পঞ্চায়ত সদস্য:৮১০ জন গাঁও পঞ্চায়ত সভাপতি:৮১ জন আঞ্চলিক পঞ্চায়ত :৮ খন আঞ্চলিক পঞ্চায়ত সদস্য:৮ জন ৰাজহ গাঁও ৮৩৭ খন লক্ষীপুৰ:২৬৮ খন বালিজানা:২২২ খন মাটিয়া:১১৫ খন দুধনৈ:৬৭ খন ৰংজুলি:১২৫ খন জিলা পৰিষদ: ১ খন জিলা পৰিষদ সদস্য: ১৬ খন সৰ্বমুঠ নিৰ্বাচিত পি.আৰ.আই সদস্য: ৯৯৬ জন আৰক্ষী থানা:১০ খন গোৱালপাৰা,মাটিয়া,লক্ষীপুৰ,দুধনৈ,ধূপধাৰা,ৰংজুলি,মৰনৈ,কৃষ্ণাই,আগিয়া,বগুৱান জল আৰক্ষী থানা:১ খন পঞ্চৰত্ন আৰক্ষী চকী: ৪ খন দৰংগিৰি,শিমলিটোলা,জলেশ্বৰ আৰু ৰংচাই চাহ বাগিচা: মইংগা,শিমলিটোলা উৎস: আই.এন.ডি.জি দল